ত্ৰিভুজ : তিনিডাল ৰেখাৰে আগুৰা সমতল ক্ষেত্ৰক ত্ৰিভুজ বোলা হয়।
এটা ত্ৰিভুজত-
- তিনিটা বাহু,
- তিনিটা কোণ আৰু
- তিনিটা শীৰ্ষবিন্দু থাকে।
ত্ৰিভুজ ABC
ত
- AB, BC আৰু CA তিনিটা বাহু,
- ∠A,
∠B আৰু ∠C তিনিটা কোণ আৰু
- A,B,
আৰু C তিনিটা শীৰ্ষবিন্দু।
সৰ্বসম চিত্ৰ:
যিবোৰ চিত্ৰৰ আকাৰ অৰু আকৃতি সমান, তেনেবোৰ চিত্ৰকে সৰ্বসম চিত্ৰ বোলা হয়।
সদৃশ চিত্ৰ:
যিবোৰ চিত্ৰৰ আকৃতি একে,কিন্তু আকাৰ একে হোৱাটো প্ৰয়োজনীয় নহয়, তেনেবোৰ চিত্ৰক সদৃশ চিত্ৰ বোলে।
- তিনিটা বাহু,
- তিনিটা কোণ আৰু
- তিনিটা শীৰ্ষবিন্দু থাকে।
ত্ৰিভুজ ABC
ত
- AB, BC আৰু CA তিনিটা বাহু,
- ∠A, ∠B আৰু ∠C তিনিটা কোণ আৰু
- A,B, আৰু C তিনিটা শীৰ্ষবিন্দু।
সৰ্বসম চিত্ৰ:
যিবোৰ চিত্ৰৰ আকাৰ অৰু আকৃতি সমান, তেনেবোৰ চিত্ৰকে সৰ্বসম চিত্ৰ বোলা হয়।
সদৃশ চিত্ৰ:
যিবোৰ চিত্ৰৰ আকৃতি একে,কিন্তু আকাৰ একে হোৱাটো প্ৰয়োজনীয় নহয়, তেনেবোৰ চিত্ৰক সদৃশ চিত্ৰ বোলে।
ইয়াত ABCD ~ WXYZ
কাৰণ,
∠A= ∠W=127⁰,
∠B= ∠X=53⁰
∠C= ∠Y= 90⁰
∠D= ∠Z=90⁰
আৰু
অনুশীলনী-6.1
1.কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা-
i.সকলোবোৰ বৃত্তই ............ (সৰ্বসম, সদৃশ)
উত্তৰ: সকলোবোৰ বৃত্তই সদৃশ ।
ii. সকলোবোৰ বৰ্গই............. (সৰ্বসম, সদৃশ)
উত্তৰ: সকলোবোৰ বৰ্গই সদৃশ
iii. সকলো ............ত্ৰিভুজ সদৃশ। (সমদ্বিবাহু, সমবাহু)
উত্তৰ: সকলো সমবাহু ত্ৰিভুজ সদৃশ।
iv. সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ’ব যদিহে(ক)
সিহঁতৰ অনুৰূপ কোণ বোৰ ............ আৰু সিহঁতৰ অনুৰূপ
বাহুবোৰ............ (সমান, সমানুপাতিক)
উত্তৰ: সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ’ব যদিহে
(a) সিহঁতৰ অনুৰূপ কোণ বোৰ সমান আৰু (b) সিহঁতৰ অনুৰূপ বাহুবোৰসমানুপাতিক.
(a) সিহঁতৰ অনুৰূপ কোণ বোৰ সমান আৰু (b) সিহঁতৰ অনুৰূপ বাহুবোৰসমানুপাতিক.
2. তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদহৰণ দিয়া
(i)এযোৰ সদৃশ চিত্ৰৰ
উত্তৰ: এযোৰ সদৃশ চিত্ৰৰ উদাহৰণ হ’ল- যিকোনো দুটা বৰ্গ
(ii) এযোৰ অসদৃশ চিত্ৰৰ
উত্তৰ: এযোৰ অসদৃশ চিত্ৰৰ উদাহৰণ– এটা সমকোণী ত্ৰিভুজআৰু
এটা সমবাহু ত্ৰিভুজ।
No comments:
Post a Comment