"একলব্য" -স্ব শিক্ষণৰ অভ্যাসন থলী।
ধ’ৰা হ’ল, p(x)= 3x2+x-1 ক
g(x)=x+1 ৰে হৰণ কৰিব লাগে।
ইয়াত, আমি ভাগফল p(x) আৰু ভাগশেষ r(x) ৰ মান নিৰ্ণয়
কৰিব লাগিব।
3rd step:
4th Step:
গতিকে এই ক্ষেত্ৰত আমি ভাগশেষ পাম=1
কিয়নো ইয়াত নতুন ভাজ্যৰ মাত্ৰা ভাজকৰ মাত্ৰাতকৈ কম হৈছে।
ছাত্ৰ ছাত্ৰী সকল , আমি আমাৰ চৌপাশৰ জগত খনত অনেক বস্তু দেখিবলৈ পাওঁ নৈ আৰু পাহাৰ, এখন উদ্য্যন এখন সেউজীয়া পথাৰ, আমাৰ নিজ...